Site icon Guwahati Times

মৰিগাঁও ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা

চাইকেল আৰোহীক খুন্দিৱাই দলংৰ দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰী বাহি ট্ৰেভেলাৰ!

ঘটনাত চাইকেল চাইকেল আৰোহী নিহত হোৱাৰ উপৰিও আহত কেইবা গৰাকী যাত্ৰী!

নিহত হোৱা চাইকেল আৰোহী জনৰ নাম ৰাজু দাস!

আহত যাত্ৰী কেইজনক মৰিগাঁও ধৰমতুল ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা অব্যাহত থকা বুলি জানিৱ পৰা গৈছে !

দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰেভেলাৰ খনৰ নম্বৰ AS01 RC2526 বুলি জানিৱ পৰা গৈছে!

গাড়িখন নগাঁও পৰা গুৱাহাটী অভিমুখে গৈ আছিল!

মৰিগাঁও পৰা মনোৰঞ্জন মহন্ত ৰিৰ্পট

Exit mobile version