Site icon Guwahati Times

নগাওঁ জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান নগাওঁ জিলা আমছুৰ

সোণাই ছাইদৰীয়া পথৰ দুৰৰ্ৱস্থাৰ বিষয়ে স্মাৰক পত্ৰ প্ৰদান কৰে নগাওঁ জিলা আমছুয়ে।

ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰনৰ প্ৰতি লক্ষ্য ৰাখি স্মাৰক পত্ৰ প্ৰদান কৰে আমছুৱে।

স্মাৰক পত্ৰ যোগে পথটি পৰিদৰ্শন আৰু মেৰামতিৰ বাবে অনুৰোধ জনাই নগাওঁ জিলা আমছুৱে।॥

নগাওঁ জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়া আৰু ৰূপহী সংযোগী একমাত্ৰ মূল পথটো হল সোনাই ছাইদৰীয়া। এই পথটোৰ দুৰৰ্ৱস্হা দূৰ কৰাৰ দাবী জনাই স্মাৰক যোগে।

Exit mobile version