Site icon Guwahati Times

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীয়ে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীয়ে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। ১০টা ৱাৰ্ডৰ বাবে আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ১নং ৱাৰ্ডত ফাৰুক আহমেদ, ২নং ৱাৰ্ডত বিতুৰাজ দাস, ১১নং ৱাৰ্ডত চিনু বড়ো, ২০নং ৱাৰ্ডত কাৰ্তিক সৰকাৰ, ২৬নং ৱাৰ্ডত জয়ন্ত বৰুৱা, ২৭নং ৱাৰ্ডত দেৱব্ৰত বসুমতাৰী, ২৯নং ৱাৰ্ডত দিতুল চন্দ্ৰ বৰুৱা, ৩৮নং ৱাৰ্ডত সৌমিক সেনগুপ্ত, ৫৯নং ৱাৰ্ডত সুদীপ্ত শৰ্মা আৰু ৬০নং ৱাৰ্ডত মিণ্টু মণি শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে।

Exit mobile version