Site icon Guwahati Times

অভয়াপুৰীৰ কাকৈজানা ঠাকুৰাণী পাৰাত উৎসৱ মুখৰ পৰিবেশ;

সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টৰ এটা শিলৰ গুহাত আৱস্থিত শ্ৰীশ্ৰী বুঢ়ী ঠাকুৰাণী আই মন্দিৰৰ পুজাখন ৩ আৰু ৪ বহাগত ঠাকুৰাণীপাৰা ৰাইজে অনুষ্ঠিত কৰে আৰু অঞ্চলতৰ লগতে জিলাখনৰ বিভিন্ন গাঁওৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায় ।

ৰজা দিনীয়া ঐতিহাসিক শ্ৰীশ্ৰী বুঢ়ী ঠাকুৰাণী আইৰ থান খন ১৯৪৩ চনেত স্থাপিত কৰা হৈছে যদিও আজিলৈ চৰকাৰৰ কোনো আচনিয়ে ধুকি নোপোৱাৰ বাবে বিভিন্ন সময়ত সমস্যা সম্মূখীন হয়।পুজা সমিতিৰ সভাপতি ৰবেন বৰ্মন আৰু সম্পাদক চিনাৰাম বৰ্মনে চৰকাৰ প্ৰশাসনক সাহায্য প্ৰদান কৰাৰ বাবে অনুৰোধ জনায়;

তপন ৰাজবংশীৰ প্ৰতিবেদন 

Exit mobile version