Site icon Guwahati Times

AGP Election Campaining sites damaged in Nagaon area

AGP Election Campaining sites damaged in Nagaon area.

নগাঁও সদৰ সমষ্টিৰ উজৰা গাঁৱত দুৰ্বৃত্তই ভাঙিলে অগপ দলৰ নিৰ্বাচনী কাৰ্যালয় ৷ পাখিমৰীয়া গাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডত থকা অগপ কাৰ্যালয়টোৰ আচবাব ভাঙি আৰু বেনাৰ-পোষ্টাৰ ফালি ক্ষতিসাধন কৰে ৷ অগপৰ নিৰ্বাচনী কাৰ্যালয় দুৰ্বৃত্তই ভাঙি পেলোৱাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰ্যালয়টো ভাঙি পেলোৱা কাৰ্যত বিজেপি দলৰ নেতা-কৰ্মী জৰিত থকাৰ সন্দেহ কৰিছে অগপই ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাত গোচৰ তৰিছে অগপই ৷

Exit mobile version