Site icon Guwahati Times

বাঘবৰ সমষ্টিত আজমল ফাণ্ডেশ্যনৰ পৰা এক হাজাৰ দুখীয়া পৰিয়ালক সাহায্য বিতৰণ

সমগ্ৰ বিশ্বৰ লগতে ভাৰত বৰ্ষতো COVID-19 ৰ বাবে লক ডাউন দিয়া হয় , যাৰ ফলত দুখীয়া কৃষক, শ্ৰমিক সকলে খাদ্য বস্তুৰ অভাৱত জীয়াতু ভুগিব লগা হৈছে ,যাৰ প্ৰতি লক্ষ্য ৰাখি আজি বাঘবৰ সমষ্টিত আজমল ফাণ্ডেশ্যনৰ ফালৰ পৰা এক হাজাৰ দুখীয়া পৰিয়ালক সাহায্য বিতৰণ কৰে |

বাঘবৰ সমষ্টি এই আই ইউ ডি এফৰ সভাপতি আলতাফ হছেইনে জানোৱা মতে, প্ৰতিটো পৰিয়ালক 20kg চাউল ,2kg চেনী, 2 কেজি দাইল, 2কেজি বুট, 2কেজি খেজুৰ, 2লিটাৰ কৈ মিঠাতেল বিতৰণ কৰে।

Exit mobile version