Site icon Guwahati Times

গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ…

গুৱাহাটী ৰে’লৱে ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ
অবধ এক্সপ্ৰেছৰ পৰা জব্দ বাৰ্মিজ চুপাৰিখিনি
RPFৰ সহযোগত GRPএ জব্দ কৰে চুপাৰিখিনি
জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা
ডিমাপুৰৰ পৰা অনা হৈছিল বাৰ্মিজ চুপাৰিখিনি।
Exit mobile version