একশৰণ নামধৰ্ম প্ৰৱৰ্তক তথা অসমীয়া জাতি, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথিত হৰিনামেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ।
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি