কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল দৰঙৰ ময়ুৰীকা

0 min read

দৰং, 25 জুন : কলা শাখাত অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰিলে দৰঙৰ ময়ুৰীকা ডেকাই ৷ মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমিৰ পৰা ময়ুৰীকা ডেকাই স্থান লাভ কৰিবলৈ সক্ষম হয় ।

কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল দৰঙৰ ময়ুৰীকা ৷ মুঠ 473 নম্বৰ লাভ কৰিছে ময়ুৰীকাই ৷

You May Also Like

More From Author