Site icon Guwahati Times

নতুন মন্ত্ৰীসভাত কোনে কি দপ্তৰ হেৰুৱালে আৰু কোনে পালে কি?

কোনে কি নতুন দায়িত্ব পালে

চন্দ্ৰমোহন পাটোৱাৰী- বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু উন্নয়ন
পৰিমল শুক্লবৈদ্য– পৰিবহণ, মীন, আবকাৰী বিভাগ
বিমল বৰা– উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা
নন্দিতা গাৰ্লোচা– শক্তি, কৰ্পাৰেশ্যন, খনি আৰু খনিজাত সম্পদ
জয়ন্ত মল্ল বৰুৱা– জনস্বাস্থ্য, দক্ষতা বিকাশ আৰু পৰ্যটন।
ৰঞ্জিত কুমাৰ দাস– পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন
অতুল বৰা– কৃষি, উদ্যান শস্য,পশুপালন, সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণ বিভাগ
উৰ্খাও গৌৰা ব্ৰহ্ম– হস্ততাঁত, ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন
কেশৱ মহন্ত – স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, মেডিকেল এডুকেচন আৰু বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি বিভাগ
ৰণোজ পেগু– শিক্ষা, জনজাতীয় উন্নয়ন
অশোক সিংহাল– হাউছিং আৰু নগৰ উন্নয়ন, জলসিঞ্চন
যোগেন মহন- ৰাজহ, পাহাৰ উন্নয়ন
সঞ্জয় কিষাণ- চাহ জনগোষ্ঠী উন্নয়ন, শ্ৰম বিভাগ
অজন্তা নেওগ– বিত্ত, মহিলা আৰু শিশু উন্নয়ন
পীয়ুষ হাজৰিকা– জলসম্পদ, জনসংযোগ আৰু সামাজিক ন্যায়

Exit mobile version