COVID-19: অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

অসমত COVID-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি COVID-19ত আক্ৰান্ত অসমৰ আৰু ৮ জন এতিয়ালৈ মুঠ ১৩ জন COVID-19ত আক্ৰান্ত নতুনকৈ চিনাক্ত হোৱা ৮জনেই উজনি অসমৰ বিভিন্ন জিলাৰ |

JMCHৰ লেবত ধৰা পৰিছে COVID-19 প’জিটিভ
৮জনেই অংশ লৈছিল নিজামুদ্দিন মাৰ্কাজৰ তবলীকী জামাতত |

নতুনকৈ আক্ৰান্ত হোৱা আটাইকেইগৰাকী গোলাঘাট জিলাৰ
আক্ৰান্ত: ৱাহিদা বেগম(৩২), দীঘলীপাম, দেৰগাঁও
আক্ৰান্ত: আনোৱাৰ হুছেইন (৫৫), দীঘলীপাম, দেৰগাঁও
আক্ৰান্ত: মহম্মদ আইদৰ আলী, মৰঙী, গোলাঘাট
আক্ৰান্ত: ইয়াকুব আলী (৫১), মেৰাপানী, গোলাঘাট
আক্ৰান্ত: জেছমিনা বেগম, মেৰাপানী, গোলাঘাট
আক্ৰান্ত: ছালেহা বেগম (৪৫), মেৰাপানী, গোলাঘাট
আক্ৰান্ত: ৰুমা বেগম, মেৰাপানী, গোলাঘাট
আক্ৰান্ত: এলিনা বেগম, মেৰাপানী, গোলাঘাট
নিউজ লাইভক জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বই

উল্লেখ্য যে, অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা আছিল ১৩ গৰাকী । বুধবাৰে দুপৰীয়া ৪ গৰাকীৰ শৰীৰত ধৰা পৰাৰ পাচতেই সন্ধিয়ালৈ আন ৮ গৰাকীৰ শৰীৰতো ধৰা পৰে ক’ভিড – ১৯ । বৰ্তমানলৈকে মুঠ ১৩ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে অসমত ।

You May Also Like

More From Author