Site icon Guwahati Times

নামনি অসমত ভয়ংকৰ জলপ্ৰলয়, ভূটানে এৰি দিয়া পানীয়ে প্লাৱিত কৰিছে নামনি অসম

নিশা ভূটানে এৰিলে কুৰিশ্বু বান্ধৰ পানী। ক্ৰমাৎ বৃদ্ধি পাইছে বেঁকী, মানাহ নৈৰ জলপৃষ্ঠ। নিশাই ৫খন গাঁৱৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ। নদীৰ দাঁতিকাষৰীয়া অঞ্চলত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ।

ভূটানৰ পানীয়ে ভাবুকি কঢ়িয়াইছে গোলকগঞ্জলৈ। বিপদ সীমাৰ ওপৰেৰে বৈছে গংগাধৰ নৈৰ পানী। পাগলাদিয়া আৰু বৰনদীতো জলস্তৰ বৃদ্ধিৰ সম্ভাৱনা। তামুলপুৰ প্ৰশাসনে মুকলি কৰিছে ২টাকৈ হেল্পলাইন নম্বৰ। 9387893354 আৰু 03624-1077 নম্বৰত যোগাযোগৰ আহ্বান।

Exit mobile version