Site icon Guwahati Times

অসম কন্যাৰ জয়যাত্ৰা:দক্ষিণ ভাৰতৰ ছবিত জিলিকিছে বকলীয়াঘাটৰ জীয়ৰী স্মৃতাৰাণী বৰা

এইবাৰ দাক্ষিণাত্যৰ ছবিত এগৰাকী অসম কন্যাৰ জয়যাত্ৰা।দক্ষিণ ভাৰতৰ তেলেগু বোলছবিত জিলিকিছে কাৰ্বি আংলং বকলীয়াঘাটৰ জীয়ৰী।দাক্ষিণাত্যৰ ছবিত অভিনয় কৰিবলৈ সুবিধা পাইছে কাৰ্বি আংলং বকলীয়াঘাটৰ জীয়ৰী স্মৃতাৰাণী বৰাই।

স্মিতাৰাণী বৰাই ’গ্ৰন্ধালায়ম’ নামৰ তেলেগু ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জানুৱাৰী মাহত একেলগে ৫টা ভাষাত মুক্তি পাব ‘গ্ৰন্থলায়ম’ নামৰ তেলেগু ছবিখন।

উল্লেখ্য যে, স্মৃতাৰাণী বৰাই ওৱাকিং ট’চ মিছ ইণ্ডীয়া ২০১৭ আৰু Mega Miss Assam 2017ত খিতাপ দখল কৰাৰ পিছত ৰং চেনেলৰ বাঃ অমৰাৱতী বাঃ ধাৰাবাহিকত অভিনয় কৰাৰ লগতে জুবিন গাৰ্গ আৰু ভৃগু কাশ্যপৰ গীতটো অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

Exit mobile version