Site icon Guwahati Times

অসমৰ উমা চেত্ৰী আৰু জিন্টিমণি কলিতাৰ নাম মহিলা আই পি এলৰ বাবে নিৰ্বাচিত !

মহিলা আই পি এল নিলামৰ বাবে নিৰ্বাচিত অসমৰ দুই কন্যা

অসমৰ এই দুই কন্যা নাম হৈছে উমা চেত্ৰী আৰু জিন্টিমণি কলিতা।

১৩ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া নিলামলৈ নিৰ্বাচিত অসমৰ দুই কন্যা।

“অসম ক্ৰিকেট এছ’চিয়েশ্যনে ঘোষণা কৰি আনন্দিত হৈছে যে ইয়াৰ দুজন খেলুৱৈ- জিণ্টিমানী কলিতা আৰু উমা চেট্ৰিক মহিলাৰ আই পি এলৰ বাবে নিলামৰ বাবে তালিকাভুক্ত কৰা হৈছে।”, এচিএ।

Exit mobile version