অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহুলোকক কৰিছিল প্ৰৱঞ্চনা। ডিব্ৰুগড় জীৱন ফুকন নগৰত ঘৰ ৰঞ্জিত কাকতিৰ। অধিক তথ্যৰ বাবে ৰঞ্জিত কাকতিক জেৰা চলাইছে আৰক্ষীয়ে।
ডিব্ৰুগড় আৰক্ষীৰ জালত আন এটা প্ৰৱঞ্চক ; প্ৰৱঞ্চক ৰঞ্জিত কাকতিক আটক আৰক্ষীৰ