Site icon Guwahati Times

টীয়কত স্কুলীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা |

স্কুলীয়া সাজত স্কুলৰ সন্মুখৰ পৰা এখন অট’ত তুলি লৈ আনিছিল ছাত্ৰীগৰাকীক

স্থানীয় অট’ চালক গৰাকীৰ সন্দেহ হোৱাত খবৰ দিয়ে ৰাইজক আৰু স্থানীয় যুৱকে আটক কৰি গতাই আৰক্ষীক

আটকাধীন যুৱক জন নগাঁও বেচামাৰীৰ ইলিয়াচ আহমেদ বুলি জানিব পৰা গৈছে

টীয়কৰ বনাই অঞ্চলত পকা মিস্ত্ৰীৰ কাম কৰি আছিল আটকাধীন ইলিয়াচ আহমেদে

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু কঠোৰ শাস্তিৰ দাবী তুলিছে।

Exit mobile version