Site icon Guwahati Times

গোৰেশ্বৰৰ উপৰখুটিত গোৰ্খা জনগোষ্ঠীয় মহিলাসকলৰ দ্বাদশ বাৰ্ষিক তীজ সমাৰোহ উদযাপন

গোৰ্খা নাৰী বিকাশ সমিতি, ভোলাঝাৰৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় তীজ সমাৰোহ।

তীজৰ নৃত্য-গীতেৰে মুখৰিত হৈ পৰে উপৰখুটিৰ সাৰদা প্ৰাথমিক বিদ্যালয় প্ৰাংগণ।

ইপিনে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি উপৰখুটিত উদ্ধোধন কৰা হয় গোৰ্খা নাৰী বিকাশ সমিতি, ভোলাঝাৰৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন।

ভৱনটো উদ্ধোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম গোৰ্খা সন্মিলনৰ নাৰী কোষৰ কেন্দ্ৰীয় সভানেত্ৰী কল্পনা শৰ্মা।

Exit mobile version