📌 ওড়িশাৰ ৰে’ল দুৰ্ঘটনাস্থলীত উদ্ধাৰ অসমৰ দুলাল মজুমদাৰ।
📌 দুৰ্ঘটনাৰ দুদিন পিছত জীৱিত অৱস্থাত উদ্ধাৰ যুৱকজন।
📌 দুৰ্ঘটনাস্থলীৰ কিছু দূৰৈত উদ্ধাৰ যুৱকজনক।
📌 দেওবাৰে পুৱা উদ্ধাৰ কৰা হয় দুলাল মজুমদাৰক।
📌 বৰ্তমান বালাছড়ৰ জিলা মুখ্য কাৰ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি।
ওড়িশাৰ ৰে’ল দুৰ্ঘটনাস্থলীত উদ্ধাৰ অসমৰ দুলাল মজুমদাৰ!

