Site icon Guwahati Times

বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ PSO আৰু লগত অহা যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ

আজি অশোক স্যাম নামক যুৱকে সংবাদ মেলোৰ জৰিয়তে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ লগতে psoআৰু লগত অহা যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ কৰি কয় য়ে যোৱা ৯ ছেপ্তেম্বৰ ৰাতি অনুমানিক ১০.৩০ বজাত ফকিৰাগ্ৰাম ৰেলৱে কলনিৰ পৰা বজাৰ অভিমুখে গৌ থকা সময়ত ফকিৰাগ্ৰাম ৰেলৱে গেটে কাষত সৰকাৰ মেডিকেলৰ অলপ দূৰত বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ pso আৰু লগত অহা যুৱক দুজনে অশোক স্যাম নামক যুৱকক মাৰপিট কৰে।অশোক স্যাম নামক যুৱক কোৱা অনুজাই বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে নিৰ্দেশ দিয়াৰ বাবে pso আৰু লগত অহা যুৱক দুজনে অশোক স্যাম নামক যুৱকক মাৰপিট কৰে।মাৰপিট ফলত গুৰুত্বপূৰ্ণ বাবে আহত হয় অশোক স্যাম নামক যুৱকজনে।
পিছত কালি অশোক স্যাম নামক যুৱক জনে
উক্ত ঘটনাৰ বিৰুদ্ধে ফকিৰাগ্ৰাম থানাত এখন এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ মাৰপিট সংঘটিত কৰা আচামীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যনীয় হ’ব।

Exit mobile version