Site icon Guwahati Times

বোকাখাতত প্ৰস্তুত কৰা নেমুৰ ৰস আৰু বাকলিৰ গুৰিৰ চাহিদা বাঢ়িছে বিশ্ব বাণিজ্য মেলাত

অসমৰ জাতীয় ফল কাজি নেমুৱে খলকনি লগাইছে বিশ্ব বাণিজ্য মেলাত। বোকাখাতত প্ৰস্তুত কৰা নেমুৰ ৰস আৰু বাকলিৰ গুৰিৰ বাঢ়িছে আদৰ। IORA অৰ্গিনেক প্ৰডিউচাৰ্ছ কোম্পানীৰ বিশেষ পদক্ষেপ। লাভ কৰিছে ২০০ টন নেমুৰ বাকলি আৰু ১ লাখ লিটাৰ নেমুৰসৰ অৰ্ডাৰ।

Exit mobile version