- ৩৫তম বিদ্যা ভাৰতী অখিল ভাৰতীয় যোগাসন প্ৰতিযোগিতাত পদৰ লাভ কৃষ্টি কন্যা গোস্বামীৰ
- এটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ ছাত্ৰীগৰাকীৰ
- শংকৰদেৱ শিশু নিকেতন, আমোলাপট্টিৰ ছাত্ৰী কৃষ্টি কন্যা গোস্বামী
- উত্তৰ প্ৰদেশৰ গাজিয়াবাদত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন
ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ আমোলাপট্টিৰ কৃষ্টি কন্যাৰ…

