Site icon Guwahati Times

দেশৰ ৯ ৰাজনীতিকৰ পৰা প্ৰত্যাহাৰ এনএছজি কমাণ্ডো, নিয়োগ কৰা হ’ব চিআৰপিএফ

কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশ যোগে ৯ জন ভিআইপিৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এন এছ জিৰ কমাণ্ডো প্ৰত্যাহাৰ কৰিছে ৷ অৱশ্যে এতিয়াৰ পৰা তেওঁলোকৰ সুৰক্ষাৰ দায়িত্বৰ নিয়োজিত হ’ব চি আৰ পি এফক ৷

এন এছ জিৰ কমাণ্ডো প্ৰত্যাহাৰ কৰা বিশিষ্ট ৰাজনীতিক ৯ গৰাকৈ হ’ল :

 উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
 উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতী
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
 প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী এল.কে. আদৱানী
 কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
 প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰমন সিং
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গুলাম নবী আজাদ
 অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু
 জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ ফাৰুক আব্দুল্লা

Exit mobile version