Site icon Guwahati Times

ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ আজিৰ পৰা তদন্ত আৰম্ভ কৰিছে চিবিআয়ে

ট্ৰেডিং কেলেংকাৰীৰ ৪১ টা গোচৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে চিবিআইক

প্ৰথমে দীপাংকৰ বৰ্মন কাণ্ডৰ তদন্ত আৰম্ভ কৰিব তদন্তকাৰী সন্থাটোৱে।

আজি চিবিআইৰ গড়চুকস্থিত কাৰ্যালয়লৈ তলব কৰা হৈছে বহু ভুক্তভোগীক। ইফালে বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী গোচৰ সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড়লৈ ৰাওনা হৈছে চিবিআইৰ এটা দল। উল্লেখযোগ্য যে, ৩৫২/২০২৪ নম্বৰৰ গোচৰটো চমজি লৈছে চিবিআয়ে। চুমি-বিশাল আৰু তাৰ্কিকক জেলতেই জেৰা কৰিব চিবিআই দলটোৱে।

Exit mobile version