Site icon Guwahati Times

ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ

ডিব্ৰুগড়ত মৰ্মান্তিক ঘটনা
অগ্নিদগ্ধ হৈ মৃত্যু দুই ভাতৃৰ
দীপাৱলীৰ নিশা দেৱানবাৰী গাঁৱত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা
দুই ভাতৃৰ বাৰ্বী ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগিছিল
জুই লগাৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দোকানৰ ভিতৰত আছিল
সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়লৈ অনা হৈছিল
দেওবাৰে পাপু দাসৰ মৃত্যু হোৱাৰ পিছত আজি পুৱা মৃত্যু হয় গোপী দাসৰ
Exit mobile version