- চামগুৰিত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ।
- ছোৱাইন ফ্লু ৰোগত আক্ৰান্ত হৈ মৃত্যু চামগুৰিৰ ৫৩ বছৰীয়া এগৰাকী মহিলাৰ মৃত মহিলাগৰাকী
- চামগুৰিৰ গেৰুৱামুখ গাঁৱৰ আনোৱাৰা বেগম গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু
- মহিলাগৰাকীৰ ছোৱাইন ফ্লুত মহিলাগৰাকীৰ মৃত্যুৰ পাছতেই আতংকময় পৰিৱেশ অঞ্চলটোত।
ছোৱাইন ফ্লুত আক্ৰান্ত হৈ চামগুৰিৰ মহিলাৰ মৃত্যু

