Site icon Guwahati Times

দলগাঁৱ: জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল বৃদ্ধ শহুৰেকৰ

দলগাঁৱৰ শিলবৰীত সংঘটিত হৈছে ভয়ানক হত্যাকাণ্ড । জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল বৃদ্ধ শহুৰেকৰ । চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা ৭০ বছৰীয়া হুছেইন আলীক। ১নং কছাৰী ভেটিটুপ গাঁৱত সংঘটিত এই ঘটনা। ঘটনা সংঘটিত কৰিয়েই পলায়ন জোঁৱায়েক দিলোৱাৰ হুছেইনৰ।

Exit mobile version