Site icon Guwahati Times

বিপদসংকুল যাত্ৰা! এনেকুৱা যাত্ৰা কিমান বিপদজনক হব পাৰে?

বিপদসংকুল যাত্ৰা! ধুবুৰী জিলাৰ হাওৰাৰ পাৰ আৰু ভাসানি চৰৰ মাজত এনেদৰে ছাত্ৰ-ছাত্ৰী, ৰাইজে কৰিবলগীয়া হৈছে অহা-যোৱা। বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নৈৰ পানী। প্ৰয়োজনতকৈ অধিক যাত্ৰী লৈ এনেদৰে যাতায়াত কৰি আছে নাও চালকসকলে।

Exit mobile version