Site icon Guwahati Times

মধ্য অসমৰ এটাও সমষ্টি জনজাতীৰ বাবে সংৰক্ষিত নোহোৱাত দুখ প্ৰকাশ বিধায়ক ৰামাকান্ত দেউৰীৰ…


মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰীৰ সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ নিৰ্বাচনী আয়ুক্তক ধন্যবাদ জনাই । কিন্তু দুখ প্ৰকাশ কৰে সচৰাখনকলৈ । কিয়নো মধ্য অসম যিহেতু তিৱা আৰু জনজাতীয় অধ্যুষিত অঞ্চল গতিকে এই সমষ্টি কেইটাত জনজাতীৰ বাবে সংৰক্ষিত হব লাগিছিল। আনহাতে বিধায়ক গৰকীয়ে ১১ তাৰিখলৈ ৰৱলৈ আহ্বান সচৰাত কেতিয়াবা ভুল হৱ পাৰে সেইহে, ১১ তাৰিখলৈ ৰৱলৈ আহ্বান লগতে

এই সচৰাখন নিৰ্বাচনী আয়ুক্তক পুনৰ বিবেচনা কৰিবলৈ আহ্বান বিধায়ক ৰামাকান্ত দেউৰীৰ ।

আজি মৰিগাঁও জিলা tribal সংঘ কাৰ্য্যালয়ত বহু কেইটা তিৱা সংগঠনৰ সৈতে এই সন্দৰ্ভত এক আলোচনাত মিলিত হয় বিধায়ক গৰাকী ।

Exit mobile version