Site icon Guwahati Times

জুৰীয়াত গ্ৰেপ্তাৰ কুখ্যাত তীৰ মাফিয়া!

জুৰীয়াত গ্ৰেপ্তাৰ কুখ্যাত তীৰ মাফিয়া। কুখ্যাত তীৰ মাফিয়া হাফিজউদ্দিনক গ্ৰেপ্তাৰ জুৰীয়া আৰক্ষীৰ। নগাঁৱত বৃহৎ তীৰৰ সাম্ৰাজ্য গঢ়ি তুলিছিল হাফিজউদ্দিনে। গ্ৰেপ্তাৰ কৰি হাফিজউদ্দিনক ৰঙাঘৰলৈ প্ৰেৰণ।

Exit mobile version