Site icon Guwahati Times

নিৰুদ্দেশ! হজলৈ গৈ সন্ধানহীন এগৰাকী অসমৰ মহিলা।


– হজলৈ গৈ সন্ধানহীন এগৰাকী অসমৰ মহিলা।


– সন্ধানহীন মহিলাগৰাকী হোজাইৰ মোৰাঝাৰ পাৰিজুৰী গাঁৱৰ চুলতান বেগম।


– ২৮জুনৰ পৰাই সন্ধানহীন হৈ আছে মহিলাগৰাকী।


– মহিলাগৰাকীৰ সন্ধান পালে ০৫৭৬৭-০৮০৩২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান।

Exit mobile version