Site icon Guwahati Times

আজি অসমলৈ আহিব অসমলৈ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

গুৱাহাটীস্থিত আই আই টি ৰ ২৫ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

ইয়াৰোপৰি তেওঁ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীৰ সৈতেও বাৰ্তালাপত মিলিত হ’ব। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানটোত ২০১১ জন স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী প্ৰাপকক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৷

ইয়াৰোপৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী ভ্ৰমণৰ সময়তে মা কামাখ্যাৰ মন্দিৰো দৰ্শন কৰিব। সেয়েহে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আগমনকলৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী

Exit mobile version