Site icon Guwahati Times

যান বাহনৰ নিয়ম ভংগ কৰিলে ২৫ হাজাৰ টকালৈকে হ’ব পাৰে জৰিমনা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

যান বাহনৰ নিয়ম ভংগ কৰিলে ২৫ হাজাৰ টকালৈকে হ’ব পাৰে জৰিমনা

চিট বেল্ট পৰিধান নকৰিলে ১০০০ টকা

বাইকত ৩ জন বহিলে ১০০০ টকা

হেলমেট নিপিন্ধিলে ১০০০ টকা

এম্বুলেণ্সক বাট এৰি নিদিলে ১০ হাজাৰ টকা

ড্ৰাইভিং লাইচেঞ্চ নাথাকিলে ৫০০০ টকা

দ্ৰুতগতিত বাহন চলালে ২০০০ টকা

বিপজ্জনকভাৱে গাড়ী চলালে ৫০০০ টকা

সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা

বাহন চলোৱাৰ সময়ত মোবাইলত কথা পাতিলে ৫০০০ টকা

ৰোড পাৰ্মিট নাথাকিলে ১০ হাজাৰ টকা

অতিৰিক্ত বোজা কঢ়িয়ালে ২০০০ টকা

লাইচেণ্স নিলম্ব হোৱাৰ সময়ত গাড়ী চলালে ১০ হাজাৰ টকা

বীমা নথকাকৈ বাহন চলালে ২০০০ টকা

নাবালক-নাবালিকাই বাহন চলালে ২৫০০০ টকা জৰিমনা ভৰিব লাগিব

Exit mobile version