Site icon Guwahati Times

ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ

🔶 নিহত ছাত্ৰজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লুকু শৰ্মা।

🔶 জামুগুৰিহাটৰ ধলাইবিলত ছুইফট-ডাম্পাৰৰ সংঘৰ্ষত আহত মহিলাসহ ৪গৰাকী যাত্ৰী।

🔶 ডিব্ৰুগড়ৰ পৰা মঙলদৈ অভিমুখে গৈ আছিল AS01BG9710 নম্বৰ ছুইফট বাহনখন।

🔶 দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ডাম্পাৰখনৰ পলায়ন।

Exit mobile version