Site icon Guwahati Times

নগাঁৱৰ নতুন SP নৱনীত মহন্ত

লখিমপুৰৰ নতুন SP আনন্দ মিশ্ৰ। নগাঁৱৰ নতুন SP নৱনীত মহন্ত।
নগাঁৱৰ SP লীনা দলে আৰু লখিমপুৰৰ SP বেদান্ত মাধৱ ৰাজখোৱাক তাতক্ষণিকভাৱে কৰা হৈছিল বদলি।
হাইলাকান্দিলৈ বদলি লীনা দলেক। বেদান্ত ৰাজখোৱাক ক্ৰীড়া বিভাগৰ AIGৰ দায়িত্ব।
Exit mobile version