Site icon Guwahati Times

এতিয়াৰে পৰা ফ্ৰান্সতো চলিব ভাৰতীয় টকা, পেৰিছত মোডীৰ ডাঙৰ ঘোষণা

French President Emmanuel Macron and his wife Brigitte Macron welcome Indian Prime Minister Narendra Modi at the Elysee Palace, in Paris, France, July 13, 2023. REUTERS/Pascal Rossignol

ভাৰতৰ পৰ্যটকসকলৰ বাবে ভাল খবৰ ।এতিয়াৰে পৰা ফ্ৰান্সতো চলিব ভাৰতীয় টকা।এতিয়াৰ পৰা ফ্ৰান্সত ব্যৱহাৰ হ’ব UPI, ফ্ৰান্সত ভাৰতীয় পৰ্যটকসকলে সকলে এতিয়াৰে পৰা RUPEE ত পেমেন্ট কৰিব পাৰিব।

উল্লেখ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পেৰিছ ভ্ৰমণৰ সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা দ্বিপাক্ষীক বাণিজ্য আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ পিছতে ঘোষণা কৰিছে এই সিদ্ধান্ত।ফ্ৰান্সে UPI ব্যৱহাৰ কৰিবলৈ সন্মত বুলি জানিব পৰা গৈছে।ইউনিফাইড পেমেন্টছ ইন্টাৰফেচ (UPI) হৈছে ভাৰতৰ ম’বাইল আধাৰিত পৰিশোধ প্ৰণালী।

ইয়াৰোপৰি, ডিজিটেল আন্ত:গাথনিয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰো আন এক সিদ্ধান্ত লৈছে।আইকনিক আইফেল টাৱাৰৰ পৰা আৰম্ভ হ’ব সেৱা সমূহ।

Exit mobile version