Site icon Guwahati Times

অহা ২৪ ঘন্টাত অসমৰ তিনিখন জিলালৈ বিশেষ সতৰ্কবাণী

২৪ ঘন্টাৰ ভিতৰত অসমৰ এই তিনিখন জিলাত বিশেষ সতৰ্কবাণী প্ৰদান কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । Indian Meteorological Department (IMD) আৰু Regional Meteorological Centre (RMC) য়ে এই সতৰ্কবাণী প্ৰকাশ কৰিছে । অহা ২৪ ঘন্টাত অসমৰ ঠাইভেদে বতৰ ডাৱৰীয়া হৈ থাকিব যদিও বাক্সা , চিৰাং আৰু কোকৰাঝাৰ জিলাত অত্যধিক বৰষুণৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে ।

Exit mobile version