Site icon Guwahati Times

যোৰহাট, গোলাঘাটৰ পিছত নীলা ছবিত অভিনয় বঙাইগাঁৱৰ যুৱতীৰ

যোৰহাট, গোলাঘাটৰ পিছত নীলা ছবিত অভিনয় বঙাইগাঁৱৰ যুৱতীৰ

যোৰহাট, গোলাঘাটৰ পিছত বঙাইগাঁৱৰ যুৱতী। সহজলভ্য টকাৰ বাবে নীলা ছবিত অভিনয় বঙাইগাঁৱৰ যুৱতীৰ। বঙাইগাঁৱৰ নিলিবাৰীৰ যুৱতীয়ে এইবাৰ ধনৰ লালসাত পৰি নিষিদ্ধ পৰ্ণ ছবিত অভিনয় কৰাৰ ভিডিঅ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

ইপিনে যুৱতীগৰাকীৰ এই পৰ্ণ ছবিত অভিনয় কৰাক লৈ বঙাইগাঁৱৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া দেখিব পোৱা গৈছে।

ইফালে কি পৰিস্থিতিত পৰি এই যুৱতীগৰাকীয়ে নীলা ছবিত অভিনয় কৰিব লগীয়া হল তাকো তদন্তৰ কৰিবলৈ একাংশ লোকে আহ্বান জনাইছে। লগতে যুৱতীগৰাকীক নিজ গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিছে গাঁওখনৰ ৰাইজে।

Exit mobile version