Site icon Guwahati Times

গোলাঘাটৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ বহু ভয়ংকৰ তথ্য আহিছে পোহৰলৈ…

গোলাঘাটৰ চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ বহু ভয়ংকৰ তথ্য আহিছে পোহৰলৈ…
বলপূৰ্বক বিবাহৰ পূৰ্বে সংঘমিত্ৰাক দুবাৰকৈ অপহৰণ কৰিছিল ঘাতক নাজিবুৰে। নাজিবুৰক ফাঁচীৰে দাবীৰে গোলাঘাট থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা জনতাৰ ওপৰত আৰক্ষীৰ লাঠীচালনাক লৈ জিলাখনত সৃষ্টি হৈছে উত্তেজনাৰ।

Exit mobile version