Site icon Guwahati Times

কলিয়াবৰ চাহ বাগিছাৰ ১৬নং লাইনত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ সাপ

কলিয়াবৰ চাহ বাগিছাৰ ১৬নং লাইনত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ সাপ; সৰ্প বন্ধু সণ্জীব ডেকাই উদ্ধাৰ কৰে সাপদাল।

সাপডালে ছাগলী ভক্ষন কৰি থকা অবস্হাত ৰাইজে প্ৰত্যক্ষ কৰে সাপদাল

পিছত সৰ্প বন্ধু সণ্জীব ডেকাক খবৰ দিয়াত উপস্হিত হৈ সাপডাল উদ্বাৰ কৰি শিলঘাট কাম্যাখা বনাঞ্চলত মুকলি কৰি দিয়ে

সাপডালৰ দীঘল প্ৰায় ১১ ফুট দীঘল আৰু ওজন ৪০ কেজি মান হব বুলি যানিব পৰা গৈছে।

কলিয়াবৰৰ পৰা লুকু মনি বৰা

Exit mobile version