Site icon Guwahati Times

আদাবাৰীৰ কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ সমীপত মৃতদেহ উদ্ধাৰ

আদাবাৰীৰ কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ সমীপত মৃতদেহ উদ্ধাৰ। জাবৰৰ দ’মৰ মাজত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ আদাবাৰী শংকৰ নগৰৰ নিৱাসী সিদ্ধাৰ্থ দাস বুলি চিনাক্ত। যুৱকজনৰ আনুমানিক বয়স হৈছে ৩০ বছৰ। কিছুদিন পূৰ্বে নিচামুক্তি কেন্দ্ৰৰ পৰা চিকিৎসা গ্ৰহণ কৰি ওলাই আহিছিল যুৱকজন। দেওবাৰে নিশা ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন।

Exit mobile version