Site icon Guwahati Times

আমগুৰিৰ এক নং চিন্তামণি গড়ত এজন অচিনাক্ত মানসিক ভাৱে দূৰ্বল ব্যক্তিক উদ্ধাৰ কৰিলে স্থানীয় যুৱকে।

আমগুৰিৰ এক নং চিন্তামণি গড়ত এজন অচিনাক্ত মানসিক ভাৱে দূৰ্বল ব্যক্তিক উদ্ধাৰ কৰিলে স্থানীয় যুৱকে।সাংবাদুক চাদ্দাম আলীৰ প্ৰচেষ্টাত লোকজনক উদ্ধাৰ কৰি শাৰীৰিক মানসিক অৱস্থা দেখি কেইজনমান মানৱদৰদী স্থানীয় যুৱক আগবাঢ়ি আহি সেৱা শুশ্ৰষা কৰি নতুন সাজপাৰ পিন্ধাই চৰকাৰী পৃষ্ঠপোষকতাত চমজাই দিবলৈ বিচাৰে যদিও ব্যক্তি গৰাকী যাবলৈ অস্বীকাৰ কৰে আৰু নিজেই এক নং চিন্তামণি গড়ৰ পৰা আতৰি যায়।স্থানীয় যুৱক সকলৰ এই কাৰ্য সচাই প্ৰশংসনীয়।

আমগুৰি পৰা ৰেৱত দত্ত ৰিৰ্পট ৷

Exit mobile version