Site icon Guwahati Times

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত নিহত কন্টেইনাৰৰ চালক। গুৰুতৰভাৱে আহত ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন। আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।

Exit mobile version