Site icon Guwahati Times

ৰড চুৰি কৰি বিজেপিক লজ্জানত কৰিলে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই…

ৰড চুৰি কৰি বিজেপিক লজ্জানত কৰিলে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই
আৰক্ষীৰ জালত ৰড চোৰ বিজেপিৰ যুৱ মৰ্চাৰ নেতা সন্তোষ বৰগোহাঁই
পূব জোনাই যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোহাঁইক গ্ৰেপ্তাৰ
বান্দৰদেৱাৰ পৰা তিনিচুকীয়ালৈ ২৭ টন ৰড পিকআপ ভানেৰে লৈ যোৱা হৈছিল
তিনিচুকীয়ালৈ লৈ নগৈ গাড়ীচালকৰে মিলি যুৱ মৰ্চাৰ নেতাই জোনাইলৈ লৈ যায়
ৰডখিনি জোনাইত বিক্ৰী কৰে পূব জোনাই যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোহাঁয়ে
বান্দৰদেৱা থানাৰ আৰক্ষী আৰু জোনাই আৰক্ষীয়ে অভিযান চলাই ৰডখিনি জব্দ কৰে
Exit mobile version