Site icon Guwahati Times

মুকলি হ’ব ৰাজ্যৰ ৩খনকৈ মেডিকেল কলেজ…

মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নগাঁও মেডিকেল কলেজ।
নলবাৰী মেডিকেল কলেজ উদ্বোধন কৰিব জয়ন্ত মল্লবৰুৱাই।
কোকৰাঝাৰ মেডিকেল কলেজ উদ্বোধন কৰিব কেশৱ মহন্তই।
Exit mobile version