Site icon Guwahati Times

১ জুনত চাকৰিত যোগদান কৰিবলৈ নাপালে; ট্ৰাকৰ খুন্দাত অকাল মৃত্যুক সাবটিলে উজ্বল নাথে

এনে ঘটনা কাৰোৰে জীৱনত নঘটক! ১ জুনত চাকৰিত যোগদান কৰিবলৈ নাপালে উজ্বল নাথে। ছিপাঝাৰৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ খুন্দাত অকাল মৃত্যুক সাবটিলে যুৱকজনে। মঙলদৈৰ পৰা বন্ধুৰ সৈতে বৰদৌলগুৰিৰ ককাইতোলাৰ ঘৰলৈ সোশৰীৰে গৈ নাপালেগৈ প্ৰতিভাৱান যুৱকজন। সদ্যঘোষিত তৃতীয় বৰ্গৰ চাকৰিত উত্তীৰ্ণ হৈছিল যুৱকজন।

Exit mobile version