Site icon Guwahati Times

মিজোৰামত অসম ৰাইফলছ, নাৰ্কোটিক্স বিভাগৰ অভিযান

মিজোৰামত অসম ৰাইফলছ, নাৰ্কোটিক্স বিভাগৰ অভিযান। অভিযানত জব্দ ৪.৮২ কোটি টকাৰ হেৰ’ইন। ৪ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। চাম্ফাই জিলাৰ চুংটে আৰু জোটেত চলিছিল অভিযান।

Exit mobile version