Site icon Guwahati Times

মুকালমুৱাৰ বৰতলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী উদযাপন

সামূহিক বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয় অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্ত।

মুকালমুৱাৰ বৰতলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। বৰতলাস্থিত শঙ্কৰদেৱ নামঘৰ প্ৰাঙ্গণত ৬ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী। আজি দ্বিতীয় দিনা সন্ধিয়া সামূহিক বন্তি প্ৰজ্বলনৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত মুখ্য প্ৰজ্বালক ৰূপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয় অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্ত। সামূহিক বন্তি প্ৰজ্বলন কাৰ্যসূচীত সকলোৱে নামঘৰত চাকি বন্তি জ্বলাই গুৰুজনাৰ আশীষ লয়।

Exit mobile version