Site icon Guwahati Times

মুকালমুৱাৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।গুৰুতৰভাৱে আহত দুজন

মুকালমুৱাৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
এখন চাৰিচকীয়া বাহেন এখন বাইকত পিছফালৰ পৰা খুন্দিয়াই।

ফলত বাইক আৰোহী দুজন গুৰুতৰভাৱে আহত হয়। আহত লোক দুজনৰ নাম ৰমজান আলী(১৮) আৰু ৰবিউল আলী (২২)। আহত দুয়োজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহন খনৰ নম্বৰ AS 01 QC 7559 আৰু দুচকীয়া বাহন খনৰ নম্বৰ AS 14 M 0547.

 

Exit mobile version