🔴ৰাজ্যৰ সকলো বিদ্যালয় খোলা থাকিব গান্ধী জয়ন্তীৰ দিনটোত
🔴কিন্তু চৰকাৰী বন্ধৰ তালিকাত আছে ২ অক্টোবৰ
🔴উক্ত দিনটোত সকলো বিদ্যালয়ত ‘অহিংস দিৱস’ হিচাপে পালন কৰা হ’ব
🔴বিদ্যালয় খোলা ৰাখিবলৈ বিদ্যালয় শিক্ষা বিভাগে দিছে নিৰ্দেশনা
ৰাজ্যৰ সকলো বিদ্যালয় খোলা থাকিব গান্ধী জয়ন্তীৰ দিনটোত

