ঘোষণা হ’ল ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন । ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰাম বিধানসভা নিৰ্বাচন। ছত্তীশগড়ত ৭, ১৭ নৱেম্বৰত দুটা পৰ্যায়ত হ’ব নিৰ্বাচন। ২৩ নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত হ’ব নিৰ্বাচন। ১৭ নৱেম্বৰত মধ্যপ্ৰদেশত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৩০ নৱেম্বৰত তেলেংগানাত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৩ ডিচেম্বৰত ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল। সংবাদমেলযোগে ঘোষণা মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ।
ঘোষণা হ’ল ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন!

